কল্পনাবিহীন এখন পৃথিবী আপুনি কল্পনা কৰিব পাৰেনে?

সম্ভবতঃ কিতাপ, কলা, বিজ্ঞান, আবিস্কাৰ আৰু সহযোগিতা নাথাকিলহেতেন৷

UNICEF Indiaস্নায়ুবিজ্ঞানে নিশ্চিত কৰিছে যে শিশুৰ কল্পনাৰ খেলে মগজুক উজ্জিবীত কৰি 

প্ৰাপ্তবয়স্কতকৈ অধিক যোগাযোগ স্থাপন কৰিব পাৰে৷

 

Author: UNICEF India